মহাবিদ্যালয় পৰ্যায়ৰ গণিত-শিক্ষণৰ সন্দৰ্ভত (ড৹ খনীন চন্দ্ৰ চৌধুৰী)
ৰামানুজনৰ বাগিচাৰে পদব্ৰজে ভ্ৰমণ (ফ্ৰিমেন জে. ডাইছন • অনু: প্ৰিয়াংকুশ ডেকা)
তৃতীয় মাত্ৰাৰ ম’ক থেটা ফলন \(\xi(q)\) (ড৹ হীৰকজ্যোতি দাস)
\(১+২+\cdots+n = \frac{n(n+১)}{২}\) ৰ অনেক প্ৰমাণ (টম এডগাৰ আৰু এনৰিকে ট্ৰেবিনো • অনু: পংকজ জ্যোতি মহন্ত)
কামেশ্বৰ দাস : এক অসাধাৰণ প্রতিভা (ড৹ তাৰকেশ্বৰ চৌধুৰী)
অসম গণিত অলিম্পিয়াড ২০২২ ৰ প্ৰশ্নোত্তৰ
Result of Assam Mathematics Olympiad 2022
Problem Section (Problems proposed by Manjil P. Saikia • Solutions by Bishwajit Sarma, Amit Kumar Basistha, Dr. Kuldeep Sarma)
Announcement: Journal of the Assam Academy of Mathematics
\(\pi\) Approximation Day Quiz 2022
An Apprenticeship and a Cult (Dr. Manjil P. Saikia)
কলাকাৰ আৰু গণিতজ্ঞ : ১০ম অধ্যায় (আমিৰ এক্জেল • অনু: ড৹ খনীন চন্দ্ৰ চৌধুৰী)
২০২৩ বৰ্ষৰ গণিতৰ ব্ৰেক্থ্ৰু বঁটা (ড৹ চয়নিকা বৰুৱা)
মস্তিষ্ক মন্থন (ড৹ প্ৰবীণ দাস)
কুইজ (দিশান্ত শইকীয়া)
সংখ্যা-শৃংখল (পংকজ জ্যোতি মহন্ত)
অন্তিম পৃষ্ঠা (প্ৰাঞ্জল দাস)
বেটুপাতত: আমেৰিকান ভাস্কৰ্য-শিল্পী পল গ্ৰেনলুণ্ডে ১৯৮৩ চনত ব্ৰঞ্জৰে নিৰ্মাণ কৰা ৰামানুজনৰ এটি আবক্ষ মূৰ্তি।
Image Courtesy: The Royal Society, Jean-loup Charmet, Science Photo Library, Stephen Wolfram, Wikimedia Commons, Brandon Schulman, Quanta Magazine, Tom Edgar, Enrique Treviño.

Leave A Comment